তুমি দুৰ্লভ, তথাপি তোমাকেই ভাল পাও। যেনেকৈ সাগৰ আৰু আকাশৰ নিজা সৌন্দর্যতা আছে আৰু তাৰ মিলন অসম্ভৱ, কেনেকৈ তোমাৰ আৰু মোৰো............. কিন্তু সূৰ্য্যাস্তৰ সময়ত সাগৰ আৰু আকাশ দুয়ো দুয়োৰে মাজত বিলীন হৈ পৰে।।।